अर्थ : জুই ফুকিবলৈ ব্যৱহাৰ কৰা বাঁহ, লোহা আদিৰ নলী
उदाहरणे :
চুঙাৰে ফুকি ফুকি চৌকাৰ জুইকুৰা জ্বলাই আছে
समानार्थी : চুঙি, জুই ফুকা চুঙা
अर्थ : নলৰ আকাৰৰ কোনো বস্তু
उदाहरणे :
জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
समानार्थी : নলিচা