सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : চীন দেশৰ নিবাসী
उदाहरणे : ভালেকেইজন চীনা মোৰ ভাল বন্ধু
समानार्थी : চীন নিবাসী, চীনবাসী
अर्थ : চীন দেশৰ ভাষা
उदाहरणे : তেওঁ চীনা ভাষা কʼব পাৰে
समानार्थी : চীনা ভাষা
अर्थ : যি লিপিৰ দ্বাৰ চীনা ভাষা লিখা হয়
उदाहरणे : চীনা লিপি চিত্র্্ধর্মী
समानार्थी : চীনা লিপি
अर्थ : চীন দেশৰ বা চীন দেশ সম্বন্ধীয়
उदाहरणे : এইখন চীনা ৰেচমেৰে বনোৱা হৈছে
समानार्थी : চীনৰ
अर्थ : চীন দেশত থকা বা বসতি কৰা
उदाहरणे : চীনা বৈজ্ঞানিকসকলৰ এটা দল কাইলৈ ইয়ালৈ আহিব
अर्थ : চীনা ভাষাৰ সৈতে সম্বন্ধ থকা বা চীনা ভাষাৰ
उदाहरणे : সেই চীনা কিতাপখনৰ ওপৰত ড্রেগনৰ চিত্র আছে
स्थापित करा