अर्थ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
उदाहरणे :
লতাই কুর্তাটোত বুটাম লগাই আছে
समानार्थी : জোৰা লগোৱা, লগোৱা, সীওৱা, সীৱন কৰা
अर्थ : কোনো বস্ত্ৰৰ বাহিৰৰ অংশ হাত দি চিলাই কৰা
उदाहरणे :
নেহাই ব্লাউজৰ গলা চিলাই কৰিছে
अर्थ : কাৰোবাক চিলাই কার্যত প্রবৃত্ত কৰা
उदाहरणे :
দর্জীয়ে কাপোৰ চিলাই কৰে