अर्थ : শিষ্ট ব্যৱহাৰেৰে বা ভালদৰে
उदाहरणे :
তেওঁ ্মোৰ লগত কেতিয়াও চিধাকৈ কথা নাপাতে
अर्थ : বিচলিত নোহোৱাকৈ
उदाहरणे :
তুমি মোক পোনপটীয়াকৈ আৰু শুদ্ধকৈ কোৱা কি হʼল ?
समानार्थी : পোনপটীয়াকৈ
अर्थ : মধ্যস্থতা নোহোৱাকৈ
उदाहरणे :
মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো
समानार्थी : পোনপটীয়াকৈ, পোনে-পোনে