पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চিঠি-পত্র शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চিঠি-পত্র   বিশেষ্য

अर्थ : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ

उदाहरणे : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে

समानार्थी : খত, চিঠি, পত্র, পত্রিকা

अर्थ : কাৰোবাক চিঠি লিখি ভাৱৰ আদান-প্রদান কৰা

उदाहरणे : ই-মেইল আৰু টেলিফোনৰ সুবিধাৰ কাৰণে আজিকালি চিঠি-পত্রৰ ব্যৱহাৰ কমি আহিল

समानार्थी : পত্রাৱলী

चौपाल