सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : চিকাৰ কৰা ব্যক্তি
उदाहरणे : চিকাৰ নোপোৱাৰ কাৰণে চিকাৰী আজি সুদা হাতে উলটিল
समानार्थी : ব্যাধ
अर्थ : চিকাৰৰ সৈতে জড়িত বা চিকাৰত কামত অহা
उदाहरणे : তেওঁ চিকাৰী কুকুৰটো শহাটোৰ পিছত লগাই দিলে
अर्थ : চিকাৰ কৰোঁতা
उदाहरणे : ঈগল এবিধ চিকাৰী চৰাই
स्थापित करा