पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চাৰিগুণ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চাৰিগুণ   বিশেষ্য

अर्थ : কোনো বস্তু আদিৰ যিমান পৰিমাণ আছে তাতকৈ আৰু তিনিগুণ অধিক পৰিমাণৰ এক পৰিমাপ

उदाहरणे : চাৰিৰ চাৰিগুণ ষোল্ল

समानार्थी : চাৰি গুণ, চাৰি-গুণ

চাৰিগুণ   ক্ৰিয়া বিশেষণ

अर्थ : তিনিগুণতকৈ এগুণ বেছি

उदाहरणे : তেওঁ ্মোৰ চাৰিগুণ খায়

চাৰিগুণ   বিশেষণ

अर्थ : যিমান আছে তাতকৈ তিনিগুণ বেছি

उदाहरणे : আপুনি যিমান খায়, মই তাৰ চাৰিগুণ খাব পাৰিম

समानार्थी : চাৰি গুণ

चौपाल