अर्थ : উতলা পানীত দি পেয় পদার্থ ্ প্রস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পাতৰ এবিধ গছ
उदाहरणे :
অসমত চাহৰ ডাঙৰ-ডাঙৰ বাগান আছে
समानार्थी : চাহ গছ, চাহপাত, চাহপাতৰ গছ
अर्थ : উতলা পানীত চাহপাত, চেনি, গাখীৰ আদি মিহলাই প্রস্তুত কৰা পেয় পদার্থ
उदाहरणे :
মধুমেহ ৰোগীয়ে বিনা চেনিৰ চাহ খায়
अर्थ : চাহ গছৰ শুকান পাত যাক উতলা পানীত দি একপ্রকাৰৰ পানীয় প্রস্তুত কৰা হয়
उदाहरणे :
তেওঁ ্দোকানৰ পৰা এক কিলো চাহপাত কিনিলে
समानार्थी : চাহপাত