पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চালি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চালি   বিশেষ্য

अर्थ : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ

उदाहरणे : এইখন বিয়াৰ ৰভা

समानार्थी : চামিয়ানা, পেণ্ডেল, বিতান, মণ্ডপ, ৰভা, ৰভা-পৰলা

अर्थ : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!

उदाहरणे : বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে

समानार्थी : চাল

अर्थ : গাখীৰ বা দৈ-ৰ ওপৰত গোটখোৱা ডাঠ চামনি

उदाहरणे : গৰম গাখীৰৰ ওপৰত ডাঠ সৰ পৰিছে

समानार्थी : সৰ

चौपाल