अर्थ : ওপৰৰ ভাগ বেঙুনীয়া আৰু তলৰ ভাগ বগা কন্দৰ এবিধ পাচলি-গছ
उदाहरणे :
সীতাই শাকনিৰ পৰা চালগোম উঘালিছে
समानार्थी : চালগোম গছ
अर्थ : গাৰ ওপৰৰ ফালে পাতল বেঙুনীয়া আৰু তলৰ ফালে বগা ৰঙৰ এবিধ গোলাকাৰ কন্দ বা মূল
उदाहरणे :
চালগোমেৰে তৰকাৰী আৰু চালাদ বনোৱা হয়