पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চাল-চলন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চাল-চলন   বিশেষ্য

अर्थ : পুৰুষক মোহিত কৰিবৰ কাৰণে স্ত্রীসকলে কৰা মনোমোহা চেষ্টা

उदाहरणे : শীলাৰ ৰেহৰূপত প্রভাৱিত হৈয়েই বিনোদে তেওঁক বিবাহ কৰিলে

समानार्थी : আচাৰ-ব্যৱহাৰ, গঢ়-গতি, ৰেহৰূপ

अर्थ : কাৰোবাৰ ধৰণ-কৰণ বা তেওঁৰ ্ দ্বাৰা কৰা কামৰ আলেখ-লেখ

उदाहरणे : আপুনি আপোনাৰ লʼৰাৰ গতিবিধিৰ প্রতি মন দিয়া উচিত

समानार्थी : কার্য-্কলাপ, কার্যকল্াপ, ক্রিয়া-কলাপ, ক্রিয়াকলাপ, গতি-গোত্র, গতি-বিধি, গতিবিধি, চালচলন, হাৱ-ভাৱ, ৰেহ-ৰূপ

अर्थ : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ

उदाहरणे : গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে

समानार्थी : ধৰণ-কৰণ

अर्थ : নাৰীৰ আব-হাৱা

उदाहरणे : তেওঁ নি্র্মল গুণৰ অধিকাৰিণী

समानार्थी : গুণৰ অধিকাৰিণী, চালচলন, চৰিত্র

अर्थ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ

उदाहरणे : তেওঁৰ ব্যৱহাৰ ভাল নহয়

समानार्थी : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ

अर्थ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ

उदाहरणे : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে

समानार्थी : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র

चौपाल