अर्थ : পশু বা ভেল্কীবাজী আদিৰ দ্বাৰা দেখুওৱা কৌশল বা খেল
उदाहरणे :
তেওঁ ্চার্কাচ চাবলৈ গৈছে
अर्थ : মানুহৰ মনোৰঞ্জনৰ কাৰণে গঠন কৰা কলানিপুণ লোকৰ এটা দল যʼত জানোৱাৰেও নিজৰ কাৰুকার্য দেখুৱায়
उदाहरणे :
এই চার্কাছত চাৰিটা হাতী, দহটা ঘোঁৰাআৰু দুটা ভালুক আছে