अर्थ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
उदाहरणे :
পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
समानार्थी : শক্তি
अर्थ : একক কালিৰ ওপৰত প্রয়োগ কৰা বল
उदाहरणे :
বায়ুমণ্ডলৰ চাপ জোখিবৰ বাবে চাপমান যন্ত্রৰ প্রয়োগ কৰা হয়