सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়
उदाहरणे : বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়
समानार्थी : বগা
अर्थ : পৰিধান নকৰা (কাপোৰ)
उदाहरणे : মোৰ আইতাই চাদা শাৰী কেতিয়াও নিপিন্ধিছিল
अर्थ : যাৰ ওপৰত একো লিখা বা ছপা কৰা হোৱা নাই
उदाहरणे : তেওঁ বলপূর্বক্্ভাৱে মোৰ পৰা উকা কাগজত চহী কৰালে
समानार्थी : উকা
अर्थ : ৰং বিহীন
उदाहरणे : বিধবাসকলে বগা কাপোৰ পিন্ধে
स्थापित करा