अर्थ : সেই পদ বা কাম যাৰ বাবে বেতন পোৱা যায়
उदाहरणे :
আজিকালি চাকৰি পোৱাটো বহুত টান
अर्थ : জীৱিক-নি্র্বাহৰ কাৰণে কৰা কাম
उदाहरणे :
তেওঁ ্ কাপোৰ বিক্রী কৰাৰ লগতে আন এটা ব্যৱসায়ো আৰম্ভ কৰিছে
समानार्थी : কাৰবাৰ, চাকৰি-বাকৰি, জীৱিকা, পেশা, বৃত্তি, ব্যৱসায়, ্প্রৱর্তনি, ৰুজি, ৰুজি-ৰোজগাৰ, ৰোজগাৰ