सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মাটি চহ কৰা বা কুৰিওৱা কাৰ্য বা ভাব
उदाहरणे : বীজ সিঁচাৰ আগেয়ে খেতিপথাৰত কুৰিওৱা হয়
समानार्थी : কুৰিওৱা
अर्थ : খেতিৰ মাটিত হাল চলোৱা
उदाहरणे : খেতিয়কে নিজৰ খেতি পথাৰত হাল বাইছে
समानार्थी : হাল বোৱা
अर्थ : খেতিপথাৰ আদি চহ কৰা
उदाहरणे : এক একৰ খেতিপথাৰ চহোৱা হʼল
समानार्थी : চহ কৰা
अर्थ : মাটি খান্দি ওলট-পালট কৰি দিয়া কার্য
उदाहरणे : মাটি কোমল আৰু খেতি উপযোগী কৰিবৰ কাৰণে পথাৰত চহ কৰা হয়
समानार्थी : কুৰিওৱা, চহ কৰা
स्थापित करा