पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চলা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চলা   ক্ৰিয়া

अर्थ : গতিত থকা

उदाहरणे : গাঁৱত এতিয়াও ৰামায়ণ পাঠ চলি আছে

समानार्थी : অব্যাহত থকা

अर्थ : আচৰণ বা ব্যৱহাৰ আদিত প্রয়োগ কৰিবৰ কাৰণে কৰা আশানুৰূপ কাম

उदाहरणे : মোৰ দহ-বছৰ পুৰণি গাড়ীখন আজিও চলি আছে

समानार्थी : কাম কৰা, চলি থকা

अर्थ : ভালদৰে কাম চলাব পৰাৰ যোগ্য হোৱা

उदाहरणे : তেওঁৰ ব্যৱসায় চলি আছে

समानार्थी : চলি থকা

अर्थ : লাঠী আদিৰ প্রয়োগ বা প্রহাৰ হোৱা

उदाहरणे : আজি বাৱতৰ বস্তিত লাঠী চলিল

अर्थ : মিহি কাপোৰ বা চালনি আদিৰে কোনো গুড়ি বা বীজ আদি সৰকোৱা কার্য, ্ যʼত কাপোৰ বা চালনিৰ ওপৰত কুটা বা ডাঙৰ অংশ ৰৈ যায়

उदाहरणे : তেওঁ ্ আটাখিনি লদা কৰাৰ আগতে চালি লʼলে আইতাই ঘেঁহু্ চালি আছে

समानार्थी : চালি লোৱা

अर्थ : আহাৰ খোৱাৰ সময় বা খোৱাৰ পিছতো আৰু খাব পৰা

उदाहरणे : এনেয়ে মই খাই আহিছোঁ তথাপিও মিঠাইটো চলিব মোৰ পেট ভৰি গʼল, আৰু একো নচলিব

अर्थ : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলি থকা

उदाहरणे : চোৱাযাওক, মিছাৰ আধাৰত গঢ় লোৱা এই সম্পর্ক কিমান দিন চলে

अर्थ : কোনো বস্তু আদিৰ প্রচলনত অহা

उदाहरणे : টোগলকৰ শাসনকালত তেওঁৰ ্নামত মুদ্রা চলিছিল

समानार्थी : প্রচলিত হোৱা

अर्थ : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া

उदाहरणे : ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে

समानार्थी : টিকা

अर्थ : প্রভুত্ব বিস্তাৰ কৰা কার্য

उदाहरणे : গাঁৱত তেওঁৰ বহুত চলে

चौपाल