अर्थ : চন্দ্রৰ পৰা বিকিৰিত পোহৰ
उदाहरणे :
জোনাক ৰাতি আকাশখন ধুনীয়া দেখি যেতিয়া আমি ঘৰৰ পৰা ওলাইছিলো আকাশখন পৰিষ্কাৰ আছিল আৰু পৃথিৱীত জোনৰ পোহৰ পৰিছিল
समानार्थी : কৌমুদী, চন্দ্রকান্তা, চন্দ্রকিৰণ, চন্দ্রকৰ, চন্দ্রজ্যোতি, চন্দ্রপ্রভা, চন্দ্রসুধা, চন্দ্রাংশু, চন্দ্রাৱলী, চন্দ্রিকা, চন্দ্রিমা, চন্দ্রৰশ্মি, জোছনা, জোনাক, জোনালী, জোনৰ পোহৰ, জ্যোৎস্না, জ্যোৎস্নালোক, দীপিকা, শশীকৰ
अर्थ : জোনৰ পৰা বিকিৰিত পোহৰ
उदाहरणे :
বিলৰ পানীত পৰা জোনাকখিনি ্ আকর্ষণীয় হৈ আছে
समानार्थी : কৌমুদী, চন্দ্রকান্তা, চন্দ্রকিৰণ, চন্দ্রকৰ, চন্দ্রজ্যাতি, চন্দ্রপ্রভা, চন্দ্রসুধা, চন্দ্রাংশু, চন্দ্রাতপ, চন্দ্রাৱলী, চন্দ্রিকা, চন্দ্রিমা, চন্দ্রৰশ্মি, জোছনা, জোনাক, জোনৰ পোহৰ, জ্যোৎস্না, জ্যোৎস্নালোক, দীপিকা, শশীকৰ