सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পৃথিৱীৰ চাৰিওফালে প্রদক্ষিণ কৰা পৃথিৱীৰ একমাত্র উপগ্রহ
उदाहरणे : চন্দ্রৰ নিজা পোহৰ নাই পূর্ণিমাৰ ৰাতি জোনটো অধিক উজ্জ্বল হয়
समानार्थी : ইন্দু, চন্দ্রমা, চন্দ্রিমা, চান্দ, জোন, জোনবাই, জোনাই, মৃগাংক, শশধৰ, শশাংক, শশী, সুধাকৰ
अर्थ : যি বস্তু চন্দ্রৰ নিচিনা বা চন্দ্রৰ আকাৰৰ
उदाहरणे : মূর্তি ্নির্মাতাই ধাতুৰ চন্দ্র বনাই ভগৱান শিৱৰ মূর্তিৰ শিৰত পিন্ধাই দিলে
समानार्थी : চন্দ্রমা
स्थापित करा