सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাঠ বা ধাতুৰে সজা চাৰিকোণীয়া ঢাকোনযুক্ত পাত্র
उदाहरणे : এই বাকচটো কাপোৰেৰে ভৰি আছে
समानार्थी : জপা, পেৰা, বক্স, বাকচ, বৰপেৰা
अर्थ : ধন, টকা-পইচা আদি ৰাখিব পৰা লোহাৰ সৰু আলমাৰী
उदाहरणे : তেওঁ নিজৰ টকা-পইচা চন্দুকত ৰাখে
समानार्थी : পেৰা
स्थापित करा