पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চকৰি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চকৰি   বিশেষ্য

अर्थ : চকৰীৰ আধাৰত ঘূৰি থকা গোলাকাৰ খণ্ডবিশেষ

उदाहरणे : লাটুমটো নিজৰ আধাৰৰ পৰা দূৰলৈ দলিয়াই পঠিওৱা হʼল

समानार्थी : লাটুম

अर्थ : জুৱা খেলৰ এবিধ গোলাকাৰ খেল উপকৰণ যʼত বেলেগ বেলেগ ভাগ বনোৱা থাকে আৰু ই নিজৰ অক্ষৰ ওপৰত গোল গোলকৈ ঘূৰে

उदाहरणे : জুৱাৰীয়ে চকৰিত বনোৱা ভাগবোৰৰ ওপৰত বাজী লগায়

अर्थ : বহিবৰ বাবে স্থান যুক্ত গোলাকাৰ গোল গোলকৈ ঘূৰা এবিধ মনোৰঞ্জনৰ আহিলা

उदाहरणे : আমি মেলাত চকৰিতো উঠিলো

चौपाल