पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চক্র शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চক্র   বিশেষ্য

अर्थ : যাৰ পৰিধি কেন্দ্রবিন্দুৰ পৰা সর্বত্র সমদূৰৱর্তী

उदाहरणे : তেওঁ ব্যৱহাৰিক বহীত বৃত্ত আঁকি আছে

समानार्थी : বৃত্ত

अर्थ : নিজৰ মাজতে পূর্ণ এক ্কার্যৰীতি যʼত কোনো কিছুমান বিশেষ ঘটনা এটা ক্রমত হয় আৰু পুণৰ সিমান সময়তে যাৰ পুণৰাবৃত্তি হয়

उदाहरणे : এই চিত্রত পখিলাৰ জীৱন চক্র দেখুওৱা হৈছে

अर्थ : সৈনিকসকলক ভাল বা বীৰত্বপূর্ণ কাম কৰিলে পদকৰ ৰূপত প্রদান কৰা ্ধাতুৰ এক বিশেষ আকাৰৰ টুকুৰা

उदाहरणे : মেজৰ সতপাল সিঙক মহাবীৰ চক্র প্রদান কৰা হʼল

अर्थ : চকাৰ নিচিনা কোনো গোল বস্তু

उदाहरणे : এই যন্ত্রটোত ভালেমান চকা আছে

समानार्थी : চকা

अर्थ : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু

उदाहरणे : কুমাৰৰ চাক একপ্রকাৰৰ চক্র

समानार्थी : চকা

चौपाल