सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বীজ আদিৰ গাজ বা অংকুৰ ওলোৱা অংশ
उदाहरणे : আলুৰ বহুতো চকু থাকে
समानार्थी : অংকুৰণ স্থান
अर्थ : শৰীৰৰ যি ইন্দ্রিয়ৰ দ্বাৰা প্রাণীয়ে ৰূপ, বর্ণ, বিস্তাৰ আৰু আকাৰ আদিৰ জ্ঞান লাভ কৰে
उदाहरणे : সেই ছোৱালীজনীৰ চকুকেইটা বৰ ধুনীয়া সীতাৰ হৰিণীনয়না চকুজুৰি অন্যতম আকর্ষণ
समानार्थी : অক্ষি, চক্ষু, নেত্র, নয়ন, লোচন, ্দর্শনেন্দ্রিয়
स्थापित करा