अर्थ : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
उदाहरणे :
এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
समानार्थी : চাক
अर्थ : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু
उदाहरणे :
কুমাৰৰ চাক একপ্রকাৰৰ চক্র
समानार्थी : চক্র