पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চʼৰাঘৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চʼৰাঘৰ   বিশেষ্য

अर्थ : ডাঙৰ মানুহৰ ঘৰত থকা ডাঙৰ কোঠা বা বৈঠক, যʼত অহা-যোৱা কৰা মানুহ বহে

उदाहरणे : নেতাজনে চʼৰাঘৰত বহি মানুহৰ কথা শুনি আছিল

समानार्थी : চʼৰা, চʼৰা ঘৰ, ড্রইং ৰুম, বহা কোঠা, বৈঠকখানা

अर्थ : ঘৰত অতিথিক বহাবলৈ বা সেৱা-সৎকাৰ কৰিবলৈ ব্যৱহাৰ কৰা কোঠা

उदाहरणे : কৈলাশে আলহী কোঠাত নিজৰ আলহীৰ সৈতে বহি আছে

समानार्थी : অতিথি কক্ষ, অতিথি-কক্ষ, আলহী কোঠা, আলহী-কোঠা, ড্রয়িং ৰুম

अर्थ : বিশিষ্ট ব্যক্তিক বহাবৰ কাৰণে আৰু মানুহক লগ কৰিবৰ কাৰণে ঘৰৰ সন্মুখৰফালে থকা কোঠা

उदाहरणे : চʼৰাঘৰত আপোনালৈ অপেক্ষা কৰি থকা হৈছে

समानार्थी : অতিথি-কোঠা, বৈঠকখানা

चौपाल