सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই
उदाहरणे : এই ঘৰটোত পাঁচটা কোঠা আছে
समानार्थी : আবাসস্থান, আলয়, গৃহ, ঘৰ, ঘৰ-বাৰী, নিলয়, হাউলি
अर्थ : নিজৰ সকলো সম্পত্তি
उदाहरणे : তেওঁ নিজৰ ঘৰ-দুৱাৰ বিক্রী কৰি ইয়াৰ পৰা গুচি গʼল
समानार्थी : ঘৰ-বাৰী
अर्थ : ঘৰৰ কাম-বন
उदाहरणे : তেওঁৰ মন গৃহস্থীত নাই
समानार्थी : গৃহস্থী, ঘৰদুৱাৰ, ঘৰবাৰী
स्थापित करा