अर्थ : যি ঠাই কাৰোবাৰ বাবে ভালদৰে পৰিচিত
उदाहरणे :
এলাহাবাদতো মোৰ বাবে ঘৰৰ নিচিনা
अर्थ : ৰেখা আদিৰে ঘেৰি থকা স্থান
उदाहरणे :
তেওঁ নিজৰ উত্তৰ বহীত ঘৰ বনাই আছে
अर्थ : নিজৰ দেশ
उदाहरणे :
আমেৰিকাত দুবছৰ কটোৱাৰ পিছত শ্যাম স্বদেশলৈ ঘূৰিল
समानार्थी : নিজ দেশ, স্বদেশ, স্বৰাষ্ট্র
अर्थ : গুটিৰে খেলা খেলত গুটি চলাবৰ কাৰণে কাগজ, কাঠ আদিৰ ওপৰত বনোৱা বিভাগ
उदाहरणे :
তেওঁ ্দবা খেলৰ গুটিটোক আগৰ ঘৰলৈ আগবঢ়াই দিলে