पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ঘোঁৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ঘোঁৰা   বিশেষ্য

अर्थ : বন্দুকৰ নিচিনা অস্ত্রত গুলী চলাবৰ কাৰণে টানি বা হেঁচি ধৰা ছাবি বিশেষ

उदाहरणे : তেওঁ লক্ষ্য স্হিৰ কৰি ্ঘোঁৰা টিপি দিলে

समानार्थी : ট্রিগাৰ, লপলপী

अर्थ : দবা খেলৰ এক প্রকাৰৰ গুটি বা মোহৰা

उदाहरणे : তেওঁৰ ্এটা ঘোঁৰা মৰা পৰিল

अर्थ : ঘোঁৰাৰ মতা

उदाहरणे : সৈনিকে হয় ঘোঁৰা নহয় ঘোঁৰীত উঠি ফুৰি আছিল

समानार्थी : ঘোটক, মতা ঘোঁৰা

अर्थ : এক ধৰণৰ ওখ স্টুল যʼত উঠিবৰ বাবে চিৰি বনোৱা থাকে

उदाहरणे : ঘোঁৰাত উঠি বায়ে ফেন পৰিস্কাৰ কৰ আছে

चौपाल