पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ঘেৰাও शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ঘেৰাও   বিশেষ্য

अर्थ : শত্রুৰ সেনা অথবা যুদ্ধৰ সময়ত কিলা ঘেৰি লোৱা কার্য

उदाहरणे : চুলতানে তৎক্ষণাত ঘেৰাও উঠাই লʼবলৈ কʼলে

अर्थ : কাৰোবাক চাৰিওফালৰ পৰা ঘেৰি লোৱা কার্য

उदाहरणे : শত্রু সেনাই কিলাটো ঘেৰাও কৰিলে

अर्थ : কোনো বিষয়াৰ পৰা নিজৰ কথা বা কোনো বিষয়ে সন্মত কৰাৰ কাৰণে কর্ম্্চাৰী, বিদ্যার্থী আদিৰ দ্বাৰা তেওঁক বেৰি ধৰা কার্য

उदाहरणे : নিজৰ সমস্যাবোৰ লৈ ছাত্রসকলে প্রধান শিক্ষকক ঘেৰাও কৰিলে

समानार्थी : ঘেৰাৱ

चौपाल