पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ঘেৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ঘেৰা   বিশেষ্য

अर्थ : বেৰ আদিৰে ঘেৰি থকা ঠাই

उदाहरणे : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে

समानार्थी : বেৰা

अर्थ : গছপুলি আদি ৰুবৰ কাৰণে খেতিপথাৰ, বাগিছা আদিৰ অলপ দূৰে-দূৰে ঘূৰণীয়া কৰি সজা একধৰণৰ যতন বিশেষ

उदाहरणे : খেতিয়কে অসমান পথাৰডৰাত ঘেৰা সাজি আছে

ঘেৰা   ক্ৰিয়া

अर्थ : চাৰিওফালৰ পৰা ঘেৰি দিয়া

उदाहरणे : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে

समानार्थी : ঘেৰি দিয়া, বেৰা, বেৰি দিয়া

अर्थ : চাৰিওফালে ৰখা বা আগুৰি লোৱা

उदाहरणे : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে

समानार्थी : ঘেৰ দিয়া, ঘেৰি থকা, ঘেৰি লোৱা-, বেৰা

अर्थ : চাৰিওফাল পৰা আৱদ্ধ কৰা বা ঘেৰি ধৰা

उदाहरणे : গাঁওবাসীয়ে এটা চোৰক ঘেৰিলে

समानार्थी : ঘেৰি ধৰা

ঘেৰা   বিশেষণ

अर्थ : যিটো ঘেৰি থোৱা হৈছে

उदाहरणे : মোৰ গাঁওখন চাৰিওফালৰ পৰা গছ-গছনিৰে আৱৰা

समानार्थी : আৱৰা, বেষ্টিত

चौपाल