पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ঘূৰোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ঘূৰোৱা   ক্ৰিয়া

अर्थ : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য

उदाहरणे : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া

समानार्थी : জপোৱা, নুৰিওৱা, পকোৱা, মেৰিওৱা

अर्थ : প্রবৃত্ত কৰা

उदाहरणे : গুৰিদেৱৰ সংগই তেওঁক আধ্যাত্মিকতাৰ ফালে ঘূৰালে

समानार्थी : ঘূৰাই দিয়া

अर्थ : চাৰিওফালে ফুৰা

उदाहरणे : বেংকৰ বিষয়াই ঋণ অনুমোদনৰ কামত মোক বহুত ঘূৰালে

अर्थ : দিশ পৰি্বর্তন ্কৰা

उदाहरणे : পথ সলাবৰ কাৰণে ড্রাইভাৰে গাড়ীখন ঘূৰালে

अर्थ : পৰিভ্রমণ কৰাত প্রবৃত্ত কৰা বা চাৰিওফালে ঘূৰা কার্য

उदाहरणे : গাইডে আমাক গোটেই চহৰখন ঘূৰোৱা

समानार्थी : ফুৰোৱা

अर्थ : ভুল কথাৰে বা পথেৰে পৰিচালিত কৰা কাৰ্য

उदाहरणे : তেওঁ ্মোক নিজৰ কথাৰে ঘূৰাই দিলে

अर्थ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

उदाहरणे :

समानार्थी : ঘূৰা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা

अर्थ : বতাহত ইফালে-সিফালে হালি থকা

उदाहरणे : প্রতিদ্বন্দ্বীয়ে প্রহাৰ কৰাৰ আগেয়ে তৰোৱাল ঘূৰাই আছে

चौपाल