अर्थ : উভতি অহা কার্য ্বা ভাব
उदाहरणे :
আজি শ্যাম গাঁৱৰ পৰা ঘূৰি অহা সম্ভৱ নহʼব
समानार्थी : উভতি অহা, প্রত্যাগমন, প্রত্যাৱর্তন, ফিৰি অহা
अर्थ : কʼৰবালৈ গৈ তাৰ পৰা প্রথমৰ ঠাইলৈ অহা
उदाहरणे :
দেউতা কালিহে দিল্লীৰ পৰা উভটিল
समानार्थी : উভতা