पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ঘূৰাই দিয়া शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ঘূৰাই দিয়া   ক্ৰিয়া

अर्थ : প্রবৃত্ত কৰা

उदाहरणे : গুৰিদেৱৰ সংগই তেওঁক আধ্যাত্মিকতাৰ ফালে ঘূৰালে

समानार्थी : ঘূৰোৱা

अर्थ : যিয়ে দিয়াজনক পুনৰাই দিছে

उदाहरणे : ঘৰ সাজিবৰ কাৰণে মই যি ঋণ লৈছিলো সেইয়া এবছৰৰ ভিতৰতেই ঘূৰাই দিলোঁ

समानार्थी : পৰিশোধ কৰা

ঘূৰাই দিয়া   বিশেষণ

अर्थ : ওলোটাই দিয়া

उदाहरणे : দোকানীয়ে ঘূৰাই দিয়া সামগ্রী ৰাখিবলৈ অস্বীকাৰ কৰিলে

समानार्थी : ফিৰোৱা

चौपाल