पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ঘূৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ঘূৰা   ক্ৰিয়া

अर्थ : কোনো ঠাইত কৰা ঘূৰা-ফুৰা

उदाहरणे : আমি গোৱাও ভ্রমণ কৰিছোঁ

समानार्थी : ফুৰা, ভ্রমণ কৰা

अर्थ : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা

उदाहरणे : এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ

समानार्थी : দৌৰা, লৰা-ঢপৰা কৰা

अर्थ : দিশ পৰিব্্র্তন ্ কৰা

उदाहरणे : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল

समानार्थी : ঘূৰি যোৱা, পকা, পাক দিয়া, মূৰ লোৱা

अर्थ : পিছৰফাললৈ ঘূৰা

उदाहरणे : ৰামৰ মাত শুনি শ্যামে উভতি চালে

समानार्थी : উভতি চোৱা, ঘূৰি চোৱা

अर्थ : ঠাই সলনি নকৰাকৈ কোনো বস্তু নিজৰ পথেৰে ঘূৰা কার্য

उदाहरणे : পৃথিৱীয়ে নিজৰ কক্ষপথত থাকি ঘূৰে

अर्थ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

उदाहरणे :

समानार्थी : ঘূৰোৱা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা

चौपाल