सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি প্রাণদণ্ড দিয়াসকলক বধ কৰে
उदाहरणे : ঘাতকে মৃত্যুদণ্ড শাস্তি পোৱা সকলক ফাঁচিত ওলমাই দিলে
अर्थ : হিংসা কৰা বা মাৰি পেলাব পৰা প্রাণী
उदाहरणे : জংঘলত প্রৱেশ কৰাৰ আগতে হিংস্র জন্তুৰ পৰা বাছিবৰ উপায়ো ভাবি লোৱা উচিত
समानार्थी : হিংসুক, হিংস্র
अर्थ : যি কাৰোবাক হত্যা কৰিছে
उदाहरणे : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
समानार्थी : অপঘাতক, অপঘাতী, আততায়ী, খুনী, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, মাৰক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
अर्थ : যাৰ দ্বাৰা কিহবাৰ প্রভাৱ নষ্ট বা দূৰ হয়
उदाहरणे : এই বিহখিনি মাৰক ঔষধ
समानार्थी : মাৰক
स्थापित करा