सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ব্যৱস্থাৰ অভাৱ
उदाहरणे : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়
समानार्थी : অব্যৱস্থা, গণ্ডগোল, গোলমাল, বিশৃংখলা, হুলস্থূল
अर्थ : জানি-বুজি বা আকোৰগোজ মনোভাবৰ পৰা জন্ম হোৱা বা অপটু কাৰণত হোৱা খেলিমেলি
उदाहरणे : আজিকালি প্রায়বোৰ বিভাগতে কিবা কিবা নহয় কিবা গোলমাল থাকেই
समानार्थी : অব্যৱস্থা, গণ্ডগোল, গোলমাল, ঘোটালা, বিশৃঙ্খলা
अर्थ : কোনো সাধাৰণ কথাক ডাঙৰ কৰি পেলোৱা বা হাই-কাজিয়াৰ এক ৰূপ
उदाहरणे : আপুনি কথাটোত হুলস্থূল কৰি আমাৰ মাজত কাজিয়া লগাই দিলে
समानार्थी : উখল-মাখল, হুলস্থূল
स्थापित करा