अर्थ : চাৰিওফালে আন্ধাৰেৰে আৱৰি ধৰা কৃষ্ণপক্ষৰ ৰাতি
उदाहरणे :
ঘৰত ৰত্নাৱলীক নাপাই তুলসীদাসে আন্ধাৰ ৰাতিতে ঘৰৰ পৰা ওলাই গʼল
समानार्थी : অন্ধতমস, আন্ধাৰ ৰাতি, এন্ধাৰ ৰাতি, গাঢ় অন্ধকাৰ, ঘিটঘিটীয়া আন্ধাৰ, ঘিটমিটীয়া আন্ধাৰ, ঘোৰ অন্ধকাৰ, ঘোৰ এন্ধাৰ, ডাঠ আন্ধাৰ, ডাঠ এন্ধাৰ, নিবিড় অন্ধকাৰ
अर्थ : আন্ধাৰেৰে ভৰা
उदाहरणे :
ভাদ মাহৰ আন্ধাৰ ৰাতি কৃষ্ণৰ জন্ম হৈছিল
समानार्थी : অন্ধকাৰ, অন্ধকাৰপূর্ণ, অন্ধকাৰাচ্ছন্ন, আন্ধাৰ, তমসাচ্ছন্ন, তমসাবৃত, তিমিৰাচ্ছান্ন, তিমিৰাবৃত, ্অন্ধকাৰাবৃত