पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ঘণ্টা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ঘণ্টা   বিশেষ্য

अर्थ : বিদ্যালয় আদিত অধ্যয়ন-অধ্যাপনাৰ দৃষ্টিৰে কোনো বিষয়ে যি নির্দিষ্ট সময়ত আলোচনা কৰা হয়

उदाहरणे : গণিতৰ অধ্যাপকজন নহাৰ কাৰণে আজি দ্বিতীয় ঘণ্টা খালী আছিল

समानार्थी : পিৰিয়ড

अर्थ : দিন-ৰাতিৰ চৌব্বিশ ভাগৰ এভাগ বা ষাঠি মিনিট সময়

उदाहरणे : গাড়ী এঘণ্টা পলমকৈ চলি আছে

अर्थ : এবিধ বিশেষ ধৰণৰ ধাতুৰে নির্মিত গোলাকাৰ বাজনা যʼত হাতুৰীৰে কোবাই শ্্ব্দ উলিওৱা হয়

उदाहरणे : ঘণ্টাৰ টং টং শ্্ব্দ শুনি লʼৰা-ছোৱালীবোৰে শ্রেণীকোঠা এৰি দৌৰিলে

अर्थ : এক ঘণ্টাত যিমান দূৰ যোৱা হয়, সিমান

उदाहरणे : মোৰ ঘৰলৈ ষ্টেছনৰ পৰা এঘণ্টাৰ বাট

अर्थ : ধ্বনি সৃষ্টি কৰিব পৰা সৰু উপকৰণ

उदाहरणे : ঘণ্টাৰ শ্্ব্দ শুনি ্তেওঁ দর্জা খুলি দিলে

चौपाल