सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বতাহ আৰু পোহৰ সোমাবৰ কাৰণে বেৰত কৰা সৰু দুৱাৰৰ দৰে অংশ:এই কোঠাটোত এখন খিৰিকি আছে
उदाहरणे :
समानार्थी : খিড়িকি, খিৰিকি, জানলা, জানালা, বাতায়ন
अर्थ : বতাহ চলাচল আৰু পোহৰ সোমোৱাৰ সুচল হোৱাকৈ কোনো ঘৰ আদিত সজা দর্জাৰ নিচিনা কিন্তু তাতকৈ সৰু অংশবিশেষ
उदाहरणे : তেওঁ খিৰিকিৰে বাহিৰ ওলাই গʼল
समानार्थी : খিৰিকি, বাতায়ন
अर्थ : বতাহ আৰু পোহৰ সোমোৱাৰ কাৰণে বেৰত সজা জালি থকা ডাঙৰ অংশ বা ছেদ
उदाहरणे : ঘৰখনত বতাহ চলাচল কৰিবৰ কাৰণে তেওঁ প্রতিটো কোঠাতে খিৰিকি লগাইছে
समानार्थी : খিৰিকি, খিৰিকী, বাতায়ন
स्थापित करा