सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : গৰমৰ দিন
उदाहरणे : গৰমকালি বেছিকৈ পিয়াহ লাগে
समानार्थी : গ্রীষ্ম, গ্রীষ্ম ঋতু, গ্রীষ্ম কাল, গ্রীষ্মকাল, গৰম কাল, গৰম দিন, গৰমকালি, ঘামকাল, ঘামকালি
अर्थ : উষ্ণতা বা তাপ থকা
उदाहरणे : বসন্ত ঋতু শেষ হোৱাৰ লগে লগে জলবায়ু গৰম হʼবলৈ ধৰে
समानार्थी : অত্যুষ্ণ, অশীতল, উত্তপ্ত, উত্তাপিত, উষ্ণ, তপত, তপ্ত, তাপময়, তাপযুক্ত
अर्थ : ৰং সিদ্ধান্ত অনুসৰি উষ্ণতা প্রদান কৰোতা
उदाहरणे : ৰঙা এবিধ উষ্ণ ৰং
समानार्थी : উষ্ণ
अर्थ : তপত হোৱা
उदाहरणे : গৰম টাৱাখনত ৰুটি সেকা উচিত নহʼলে লাগি ধৰিব পাৰে
समानार्थी : তপত, তপ্ত
अर्थ : গৰম উৎপন্ন কৰা বা বৃদ্ধিকৰোতা
उदाहरणे : এই কোটচোলাটো বৰ গৰম
स्थापित करा