पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील গ্রন্থি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

গ্রন্থি   বিশেষ্য

अर्थ : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ

उदाहरणे : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে

समानार्थी : গাঁথি, ডোৰ, বন্ধন, বান্ধ, বান্ধোন

अर्थ : শৰীৰৰ অংগৰ যিখিনি অংশত ্ ভাঁজ লগাব পাৰি বা হাওলিব পাৰি

उदाहरणे : মোৰ আঙুলিৰ ্ গাঁঠিত বিষ হৈছে

समानार्थी : গাঁঠি, জোৰা, সন্ধি

अर्थ : শৰীৰৰ কাৰণে প্রয়োজনীয় ৰস নিঃসৰণ কৰিব পৰা গাঁঠি সদৃশ এক অৱয়ব

उदाहरणे : শৰীৰত কেবাধৰণৰো গ্রন্থি পোৱা যায়

चौपाल