सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ভাৰতৰ যি ৰাজ্যৰ ৰাজধানী পণজী
उदाहरणे : পর্যটনৰ দৃষ্টিত গোৱাৰ বিশেষ মহত্ব আছে
अर्थ : মধুৰ ধ্বনি কৰা
उदाहरणे : বাগিছাত কুলীয়ে গাই আছে
अर्थ : ৰাগ, তাল আৰু স্বৰ অনুযায়ী কণ্ঠৰ পৰা ধ্বনি উলিওৱা কার্য
उदाहरणे : তেওঁ মিঠা মাতেৰে গান গাইছে
अर्थ : যিটো গোৱা হʼল
उदाहरणे : গায়িকাই গোৱা গীততবোৰত বিষাদ আছে
स्थापित करा