पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील গোলাম शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

গোলাম   বিশেষ্য

अर्थ : নিজৰ সেৱা কৰোৱাৰ কাৰণে মূল্য দি ক্রয় কৰা ব্যক্তি

उदाहरणे : পুৰণিকালত দাসীৰ ক্রয়-বিক্রয় হৈছিল

समानार्थी : দাসী

अर्थ : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়

उदाहरणे : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে

समानार्थी : অনুচৰ, আলধৰা, কামলা, গেবাৰ, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা, সেৱক

গোলাম   বিশেষণ

अर्थ : যি আনৰ অধীন

उदाहरणे : পৰাধীন লোক সজাত বন্দী ভাটৌৰ দৰে হয়

समानार्थी : অধীন, পৰবশ, পৰাধীন

चौपाल