सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : গায়, মʼহ আদিৰ মল বা বিষ্ঠা
उदाहरणे : তেওঁ ্গোবৰেৰে ভৰাঁল লিচি আছে
अर्थ : গৰুৰ মল বা বিষ্ঠা
उदाहरणे : হিন্দু ধার্মিক অনুষ্ঠানত গোবৰৰ আৱশ্যক হয়
समानार्थी : গো-পুৰীষ, গো-বিষ্ঠা, গোমল, গোময়, সাৰ
अर्थ : ঘোঁৰা, গাধ, উট, হাতী আদি পশুৰ মল
उदाहरणे : গোবৰৰ পৰা জৈৱক সাৰ প্রস্তুত কৰিব পাৰি
स्थापित करा