सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ৰছী আদিত থকা পাক
उदाहरणे : কোনো ৰচীত যিমান গোঠনি থাকে সিমানে ৰছিডাল মজবুত হয়
समानार्थी : পাক, মেৰ
अर्थ : গোঁঠিলে পোৱা আকৃতি
उदाहरणे : চুৱেটাৰৰ জালযুক্ত গোঁঠনিক ্তেওঁ পচন্দ কৰিলে
अर्थ : বোৱা বা গোঁঠা কার্য
उदाहरणे : মালতীৰ চুৱেটাৰৰ গোঁঠনি ভাল
समानार्थी : বোৱন
स्थापित करा