अर्थ : গাড়ী থোৱা কোনো অট্টালিকাৰ অংশ
उदाहरणे :
চহৰৰ ডাঙৰঅট্টালিকাৰ তলত গেৰেজ থাকে
समानार्थी : গেৰেজ
अर्थ : গাড়ী-মটৰ আদি মেৰামতি কৰা ঠাই
उदाहरणे :
এই গেৰেজটোত কেৱল দুচকীয়া বাহনৰহে মেৰামতি কৰা হয়
समानार्थी : গেৰেজ