सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু সৰি নষ্ট হোৱা বা গেলিব ধৰা কার্য
उदाहरणे : পাত আদি পচনৰ ফলত সাৰ হয়
समानार्थी : পচন, পচা
अर्थ : কোনো বস্তু গলি যোৱা আৰু তাৰ পৰা দুর্গন্ধ ওলোৱা বিকাৰ
उदाहरणे : ফলমূল, শাক-পাচলি আদি সোনকালে গেলি যায়
समानार्थी : গেলি যোৱা, গেলি-পচি যোৱা
अर्थ : ফল আদি বেয়া হোৱা বা গলিবলৈ ধৰা কার্য
उदाहरणे : পাচিত ৰখা ফলবোৰ গেলিছে
समानार्थी : টেঙা হোৱা, পঁ্চা
अर्थ : যিটো নষ্ট হৈ গৈছে
उदाहरणे : গেলা বস্তুখিনি ডাষ্টবিনত পেলাই দিয়া
समानार्थी : বেয়া
अर्थ : পুঁজেৰে ভৰি থকা
उदाहरणे : গেলা ফোঁহাটো সদায় চফা কৰা উচিত
समानार्थी : পকা
स्थापित करा