अर्थ : ৰন্ধন প্রকৰণৰ কামত ব্যৱহাৰ কৰা গেছ
उदाहरणे :
চহৰত ৰন্ধন গেছৰ ব্যৱহাৰ অধিক পৰিমাণে কৰা হয়
समानार्थी : ৰন্ধন গেছ
अर्थ : পাচন তন্ত্রত বদহজমৰ বাবে উৎপন্ন হোৱা বায়ু
उदाहरणे :
পেটত অধিক অম্লতাৰ বাবে গেছ হয়
अर्थ : দ্রৱ্যৰ আকাৰহীন অৱস্থা যাৰ ঘনত্ব সকলোতকৈ কম হয়
उदाहरणे :
বায়ু গেছৰ মিশ্রণ
अर्थ : বাষ্পশীল আৰু জ্বলনশীল হাইড্রʼকার্বনৰ মিশ্রণ
उदाहरणे :
গেছ (খনিজ তেল..?) পৰিশোধন কৰি পেট্রʼল, ডিজেল আদি তৈয়াৰ কৰা হয়