सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো ভিতৰুৱা ৰহস্য জানোঁতা
उदाहरणे : গুপ্তচৰে গোটেই ৰহস্যটোৰ ভেদ ভাঙিলে
समानार्थी : চি আই ডি, চৰিয়া, ৰিপুৱা
अर्थ : গুপ্তভাৱে কোনো কথাৰ সম্ভেদ লোৱাজন
उदाहरणे : চোৰাংচোৱাৰ পৰা খবৰ পোৱাৰ পিছত পুলিচে তালাচী চলায় নকল নোট চপোৱা দল এটাক ধৰিলে
समानार्थी : চোৰাংচোৱা, চৰীয়া
स्थापित करा