पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील গুণ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

গুণ   বিশেষ্য

अर्थ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস

उदाहरणे :

समानार्थी : অভ্যাস, আত্মভাব, চৰিত্র, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ

अर्थ : কপাহ, ৰেচম আদিৰ পৰা তৈয়াৰ কৰা দীঘল মিহি ্ আঁহ, যি বোৱা-কটাত ব্যৱহাৰ হয়

उदाहरणे : এই শাৰীখন পাট সূতাৰে তৈয়াৰী

समानार्थी : সূতা, সূত্র, ৰজ্জু

अर्थ : গণিতত এটা সংখ্যাৰে আন এটা সংখ্যাৰ বৃদ্ধি কৰা কার্য

उदाहरणे : দুই আৰু দুই পূৰণ কৰিলে গুণফল চাৰি পোৱা যায়

समानार्थी : পূৰণ

अर्थ : ধনুত লগোৱা একপ্রকাৰৰ ৰচী যাৰ সহায়ত দূৰলৈ কাঁড় নিক্ষেপ কৰিব পাৰি

उदाहरणे : তেওঁ ধনুত গুণ লগাই আছে

समानार्थी : গুণা

अर्थ : কোনো বস্তুৰ উৎকৃষ্টতাৰ বিষয়ে জানিব পৰা অৱস্থা বা ভাব

उदाहरणे : তেওঁক ্পাঠশালাত নিজৰ গুণৰ কাৰণে সকলোৱে জানে

समानार्थी : গুণশালিতা, গুণালংকাৰ, গুণৱত্তা

अर्थ : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়

उदाहरणे : সকলো বস্তুৰে কিছুমান লক্ষণ থাকে

समानार्थी : লক্ষণ

গুণ   বিশেষণ

अर्थ : গুণ বা বৃদ্ধি কৰা

उदाहरणे : সংস্কৃতিৰ সুবাস সহস্ৰ গুণ কৰিব পাৰি

चौपाल